danewsplus.com
danewsplus.com

আজি গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

0 215

ডিজিটেল ডেস্কঃ আজি গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু। উপ-ৰাষ্ট্ৰপতি নাইডুৰ অসম ভ্ৰমণক লৈ ব্যাপক প্ৰস্তুতি। দিনজোৰা ভ্ৰমণসূচীত উপ-ৰাষ্ট্ৰপতি নাইডুৱে ভাগ ল’ব কেইবাটাও অনুষ্ঠানত।

উল্লেখ্য যে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা প্ৰদান কৰিব উপ-ৰাষ্ট্ৰপতিয়ে। সুলেখক ড০ নিৰোদ বৰুৱাক প্ৰদান কৰা হ’ব গোপীনাথ বৰদলৈ বঁটা। লগতে GMCHত উপ-ৰাষ্ট্ৰপতি নাইডুৱে মুকলি কৰিব PET MIR Unit, কাৰ্যসূচী অনুসৰি উপ-ৰাষ্ট্ৰপতি নাইডুৱে শুভাৰম্ভ কৰিব ‘মহাবাহু ব্ৰহ্মপুত্ৰ’ নামৰ এটা প্ৰকল্প।
ৰাজ্যৰ কেইবাগৰাকীও শিল্পী-কুশলীক সাক্ষাৎ কৰিব উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে।

Leave A Reply

Your email address will not be published.