danewsplus.com
danewsplus.com

প্ৰধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰিলে জলজীৱন এপ-কোষ, ভিডিঅ’ কনফাৰেন্সযোগে উন্মোচন এই সেৱা

0 353

ডিজিটেল ডেক্সঃ প্ৰধানমন্ত্ৰী মোদীয়ে আজি উন্মোচন কৰিলে জলজীৱন এপ আৰু কোষ৷ ভিডিঅ’ কনফাৰেন্সযোগে মোদীয়ে উন্মোচন কৰিলে এই এপ আৰু কোষ৷ গাঁও পঞ্চায়ত, জল সমিতি আৰু অন্যান্য সমিতিৰ সৈতে এই উপলক্ষে বাৰ্তালাপো কৰিলে মোদীয়ে৷

সজাগতা বৃদিধ্ আৰু আঁচনিসমূহ অধিক স্বচ্ছ আৰু দায়বদ্ধ কৰাৰ উদ্দেশ্যে উন্মোচন কৰা হৈছে এই সেৱা৷ জলজীৱন মিছনক লৈ দেশব্যাপী গ্ৰাম্যসভাও অনুষ্ঠিত হ’ব৷

Leave A Reply

Your email address will not be published.