danewsplus.com
danewsplus.com

চাইক্লন গুলাবৰ ফলত বিশাখাপট্টনমত প্ৰবল বৰষুণ,তেলেংগানাৰ কেইবাখনো জিলাত জাৰি ৰেড এলাৰ্ট

0 366

ডিজিটেল ডেক্সঃ চাইক্লন গুলাবৰ ফলত প্ৰবল বৰষুণ হৈছে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম আৰু অন্যান্য অঞ্চলত ৷ বিশাখাপট্টনমৰ বিভিন্ন ঠাই এতিয়া পানীৰ তলত৷

বিশাখাপট্টনম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতো সোমাইছে পানী৷ মহানগৰীখনৰ বিভিন্ন ঠাইত ব্যাহত হৈ পৰিছে যাতায়াত ৷ যোৱা ৩০ বছৰে এনে বৰষুণ হোৱাই নাছিল বিশাখাপট্টনমত ৷ তেলেংগানাৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট ৷

Leave A Reply

Your email address will not be published.