danewsplus.com
danewsplus.com

অসমীয়া চলচ্চিত্ৰ জগতলৈ সুখবৰ, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে অসমীয়া ছবি

0 631

ডিজিটেল ডেক্সঃ অসমীয়া চলচ্চিত্ৰ জগতলৈ সুখবৰ। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে অসমীয়া ছবি। মলডোভাৰ ছাৰ্বেষ্ট, ভূটানৰ ড্ৰুক চলচ্চিত্ৰ মহোৎসৱলৈ ‘তুমি মালালা’ অসমীয়া ছবিখন।

সঞ্জীৱ নাৰায়ণৰ প্ৰযোজিত ছবিখনৰ পৰিচালক হৈছে ৰূপক গগৈ। অসমৰ পৰিস্থিতি, নাৰী শিক্ষা, জীৱন সংগ্ৰামক লৈ এই ছবিখন। ২ কিশোৰীৰ চৰিত্ৰত অভিনয় অংশ্ৰুতা কাশ্যপ, হৃষিতা ভট্টাচাৰ্যৰ।

Leave A Reply

Your email address will not be published.