danewsplus.com
danewsplus.com

এইবাৰ ভাৰতত নিৰ্মাণ হ’ব বিশ্বৰ আটাইতকৈ দীৰ্ঘ ঘাইপথ

0 367

ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰত আটাইতকৈ দীৰ্ঘ ঘাইপথ নিৰ্মাণ কৰিব ভাৰতে। এই ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে জনোৱা অনুসৰি দিল্লী আৰু মুম্বাইৰ মাজত নিৰ্মাণ হ’ব এই পথছোৱা।

এই পথছোৱাৰ দৈৰ্ঘ্য হ’ব প্ৰায় ১৩৮০ কিলোমিটাৰ। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে জনোৱা মতে ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত এই দীৰ্ঘতম পথছোৱাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব।

উল্লেখ্য যে, বিশ্বৰ ভিতৰত আটাইতকৈ দীৰ্ঘ এই পথছোৱা নিৰ্মাণ কৰাত কেন্দ্ৰীয় চৰকাৰৰ খৰছ হ’ব প্ৰায় ৯৮,০০০ কোটি টকা।

Leave A Reply

Your email address will not be published.