danewsplus.com
danewsplus.com

আজি গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ভূপেন্দ্ৰ পেটেলে, পেটেল হ’ব গুজৰাটৰ সপ্তদশ মুখ্যমন্ত্ৰী

0 96

আজি গুজৰাটৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ভূপেন্দ্ৰ পেটেলে ৷ বিয়লি ২.২০ বজাত শপতগ্ৰহণ কৰিব পেটেলে ৷ পেটেল হ’ব গুজৰাটৰ সপ্তদশ মুখ্যমন্ত্ৰী ৷

আজিৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি ভালেকেইজন নেতা উপস্থিত থকাৰ সম্ভাৱনা আছে ৷ আহমেদাবাদত ৫৯ বছৰীয়া পেটেল অমিত শ্বাহৰ বিশেষ ঘনিষ্ঠ বুলি জনাজাত ৷ চিভিল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমাধাৰী পেটেল এসময়ত আছিল বিল্ডাৰ ৷

Leave A Reply

Your email address will not be published.