danewsplus.com
danewsplus.com

আইচক্ৰীমত ওলাইছে মামৰে ধৰা টিনৰ টুকুৰা

0 503

ডিজিটেল ডেস্কঃ আইচক্ৰীম, ফাষ্টফুড আদি কিমান সাৱধানতাৰে প্ৰস্তুত কৰা হয়? ধেমাজিৰ চিলাপথাৰত আইচক্ৰীমত ওলাইছে মামৰে ধৰা টিনৰ টুকুৰা৷ চিলাপথাৰ নগৰত থকা ৰয়েল কুল আইচক্ৰীম নামৰ প্ৰতিষ্ঠানটোৱে তৈয়াৰ কৰা আইচক্ৰীমত ওলাল মামৰে ধৰা টিনৰ টুকুৰা।

এজন যুৱকে এটা আইচক্ৰীম খাবলৈ লওঁতেই ওলাল এই টিনৰ টুকুৰা৷ এই সম্পৰ্কত চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰিছে ছাত্ৰ মুক্তিয়ে৷ চিলাপথাৰত কিছুদিন পূৰ্বে মিঠাই খাই বিষক্ৰিয়াত আক্ৰান্ত হৈছিল কেইবাটিও শিশু৷

Leave A Reply

Your email address will not be published.