danewsplus.com
danewsplus.com

প্ৰকাশ পালে নতুন SOP, আজি পুৱা ১১ বজাৰ পৰা বলৱৎ হ’ল নতুন SOP

0 492

ডিজিটেল ডেক্সঃ ১/ সমগ্ৰ ৰাজ্যত নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈকে বলৱৎ থাকিব কাৰ্ফিউ।
২/ ৰাজ্যত নিশা ৮ বজালৈকে খুলিব পাৰিব দোকান-পোহাৰ। সাপ্তাহিক বজাৰৰ সময়সীমা থাকিব ৬ ঘণ্টা।
৩/ ১০০% যাত্ৰীৰে আন্ত:জিলা যাতায়তৰ অনুমতি প্ৰদান। কোনেও থিয় কৰাই কঢ়িয়াব নোৱাৰিব যাত্ৰী। চালক,হেণ্ডিমেন আৰু যাত্ৰীৰ মাক্স পৰিধান কৰাটো বাধ্যতামূলক।
৪/ মটৰ চাইকেলত দুজন যাত্ৰীৰ অনুমতি প্ৰদান।
৫/ ভেকচিনৰ দুটা ড’জ লোৱা বিমান যাত্ৰীৰ Covid Test কৰিব নেলাগে।
৬/ ৬ চেপ্তেম্বৰ পৰা ৰাজ্যত আৰম্ভ হ’ব চূড়ান্ত বৰ্ষৰ পাঠদান।
৭/ এটা শ্ৰেণী কোঠাত কেৱল ৩০ জন ছাত্ৰ-ছাত্ৰী থাকিব পাৰিব ।
৮/ ১৮ ঊৰ্ধ্বৰ শিক্ষাৰ্থীৰ ভেকচিন বাধ্যতামূলক কৰাৰ লগতে হোষ্টেলৰ শিক্ষাৰ্থীৰ বাবে দুটা ড’জ বাধ্যতামূলক কৰা হৈছে।
৯/ ভেকচিন ন’ললেও দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল স্কুল যাব পাৰিব।
১০/ সকলো শিক্ষকৰ দুটা ড’জ বাধ্যতামূলক।
১১/ মৃতকৰ সৎকাৰত ৫০ জন লোকৰ অনুমতি প্ৰদান।
১২/ ঐতিহাসিক উপাসনা স্থলীত ঘণ্টাত ৪০ জন লোকৰ অনুমতি।
১৩/ বন্ধ থাকিব চিনেমা হল আৰু থিয়েটাৰ।

Leave A Reply

Your email address will not be published.