danewsplus.com
danewsplus.com

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য়

0 136

পুনৰ বৃদ্ধি পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। ৰন্ধন গেছৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে এতিয়া মাধমাৰ শোধাইছে সাধাৰণ জনতাক।

ছেপ্তেম্বৰ মাহৰ প্ৰথমটো দিনত পুনৰ এবাৰ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য। ৰাজসাহায্যবিহীন প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ২৫ টকাকৈ বৃদ্ধি পাইছে।ইফালে ৭৫ টকাকৈ বৃদ্ধি কৰা হৈছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।

উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰি মাহৰ পৰা ১ ছেপ্তেম্বৰলৈকে সৰ্বমুঠ ১৯০ টকা বৃদ্ধি হৈছে ৰন্ধন গেছৰ মূল্য।

মুঠতে ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে এতিয়া জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক।

Leave A Reply

Your email address will not be published.