danewsplus.com
danewsplus.com

২০০ কোটি ক’লা টকা বগা কৰিবলৈ গৈ এইবাৰ ইডিৰ জেৰাৰ সন্মুখীন হ’ল বলীউড তাৰকা জেকলিন ফাৰ্ণাণ্ডেজ

0 229

বলীউড তাৰকা জেকলিন ফাৰ্ণাণ্ডেজক এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটৰ জেৰা ৷ ২০০ কোটি ক’লা টকা বগা কৰিবলৈ চেষ্টা চলোৱা ঘটনা সম্পৰ্কত ইডিয়ে আজি পুৱা ৫ ঘণ্টাতকৈও অধিক সময় জেৰা কৰে ফাৰ্ণাণ্ডেজক ৷

সুকেশ চন্দ্ৰশেখৰ নামৰ এক প্ৰৱঞ্চকৰ এই বিত্তীয় কেলেংকাৰিৰ একপ্ৰকাৰ সাক্ষী আছিল ফাৰ্ণাণ্ডেজ ৷ অৱশ্যে ফাৰ্ণাণ্ডেজক ইডিয়ে এই কেলেংকাৰিৰ বাবে অভিযুক্ত কৰা নাই ৷

Leave A Reply

Your email address will not be published.