danewsplus.com
danewsplus.com

টকিঅ’ পাৰালিম্পিকত ভাৰতৰ প্ৰথমটো পদক, ইতিহাস সৃষ্টি কৰি ভাবিনাবেন পেটেলৰ ৰূপৰ পদক জয়

0 112

টকিঅ’ পাৰালিম্পিকত ভাৰতৰ প্ৰথমটো পদক। ইতিহাস সৃষ্টি কৰি ভাবিনাবেন পেটেলৰ ৰূপৰ পদক জয়। টেবুল টেনিছৰ ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত পেটেল।চীনৰ ঝৌ য়িঙৰ হাতত পৰাস্ত হয় ভাবিনাবেন পেটেল। বিশ্ব ৰংকিঙৰ প্ৰথম স্থানৰ খেলুৱৈ চীনৰ ঝৌ য়িং।

ইপিনে, টকিঅ’ পেৰালিম্পিকত ভাবিনাবেন পেটেলে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হয় কিয়নো, টেবুল টেনিছৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতৰ প্ৰথম খেলুৱৈ হৈছে পেটেল।

Leave A Reply

Your email address will not be published.