danewsplus.com
danewsplus.com

পেৰা অলিম্পিকৰ টেবুল টেনিছত ভাৰতৰ ভাবনাবেন পেটেলৰ ইতিহাস

0 498

ডিজিটেল ডেক্সঃ ভাৰতৰ প্ৰথম গৰাকী টেবুল টেনিছ খেলুৱৈ হিচাপে পেৰা অলিম্পিকত পদক নিশ্চিত কৰিলে ভাবনাবেনে। ছাৰ্বিয়ান খেলুৱৈ বৰিশ্লেভা পেৰিছ ৰানকোভিচক পোনপটীয়া গে’মত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰি সেই কৃতিত্ব অর্জন কৰে ভাবনাবেনে । ৩৪ বছৰীয়া ভাবনাবেনে ছাৰ্বিয়ান প্ৰতিপক্ষক ১১-৫, ১১-৬, ১১-৭ ব্যৱধানত হৰুৱাই অগ্ৰগতি লাভ কৰে। ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক নিশ্চিত কৰিলে ভাবনাবেনে পেটেলে।

Leave A Reply

Your email address will not be published.