danewsplus.com
danewsplus.com

১০০০ টকালৈ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি। মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ ক্ষেত্ৰত ও গুৰুত্ত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

0 251

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে সম্পূৰ্ণ কৰিলে ১০০ দিন। অনুষ্ঠিত হ’ল কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিলে সংবাদমেল। কেইবাটাও বৃহৎ আঁচনিৰ লগতে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। আগতে অৰুণোদয় আঁচনিৰ অধীনত মহিলা সকলে ৮৩০ টকা লাভ কৰিছিল।

কিন্তু এতিয়াৰ পৰা এই ধনৰ পৰিমাণ ১০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে।
আনহাতে মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ। মাইক্ৰফাইনেন্সৰ ঋণ মাফকলৈ শনিবাৰে কোম্পানীৰ সৈতে MOU কৰিব ৰাজ্য চৰকাৰে।

Leave A Reply

Your email address will not be published.