danewsplus.com
danewsplus.com

২২০ কেজি ওজনৰ, ৭.৫ ফুট উচ্চতাৰ এখন চাইকেল

0 129

ডিজিটেল ডেস্কঃ ওজন ২২০ কেজি, উচ্চতা ৭.৫ ফুট৷ ব্যস্ত মহানগৰীৰ ৰাজপথত হঠাৎ এখন বৃহৎ আকাৰৰ চাইকেলৰ আবিৰ্ভাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে৷ চেন্নাই মহানগৰীৰ পুৱাৰ ব্যস্ততা আৰম্ভ হোৱাৰ সময়তে এই বৃহৎ ট্ৰাই চাইকেলখন লৈ ওলাই আহিল এই লোকজন৷

চেন্নাইৰ জি ৰাজেন্দ্ৰনে বহু চেষ্টাৰ অন্তত তিনি চকাৰ এই বৃহৎ চাইকেলখন নিৰ্মাণ কৰি উলিয়াই৷ অৱশ্যে এই চাইকেলখন ৰাজেন্দ্ৰনৰ বাহিৰে আন কোনেও চলাবলৈ দুঃসাহস কৰা নাই৷ ৰেকৰ্ড বুকত নাম অন্তভুক্তিৰ লক্ষ্যৰে লোকজনে নিৰ্মাণ কৰিছে এই বৃহৎ ট্ৰাই চাইকেলখন৷

Leave A Reply

Your email address will not be published.