danewsplus.com
danewsplus.com

নগাঁও আৰক্ষীৰ জালত এটা হাতী!

0 175

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱত সংঘটিত হৈছে এক আজৱ ঘটনা৷ আৰক্ষীয়ে আটক কৰিলে এটা হাতীক৷ নগাঁও সদৰ থানাত ৩ ঘণ্টা ধৰি আটক হৈ আছে হাতীটো৷ চিকিৎসাৰ বাবে অনা হাতীটোৱে নগাঁও চহৰত সৃষ্টি কৰিছিল তীব্ৰ যানজঁটৰ৷ যাৰ বাবে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই হাতীটোক আটক কৰিবলৈ নিৰ্দেশ দিয়ে সদৰ আৰক্ষীক৷

ঘটনাটোৱে একাংশক আমোদ দিয়াৰ লগতে আন একাংশই ঘৰচীয়া প্ৰাণীটোৰ প্ৰতি আৰক্ষীয়ে কৰা এনে ব্যৱহাৰত আশ্চৰ্য প্ৰকাশ কৰিছে৷

Leave A Reply

Your email address will not be published.