danewsplus.com
danewsplus.com

লাভলীনাৰ সম্বৰ্ধনা অনুষ্ঠানত নিজৰ প্ৰতিভা উজাৰি দিয়াৰ অংগীকাৰ হিমা দাসৰ

0 192

ডিজিটেল ডেস্কঃ লাভলীনাৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিল হিমা দাস৷ লাভলীনাক অভিনন্দন জনোৱাৰ লগতে নিজৰ প্ৰতিভাও উজাৰি দিয়াৰ অংগীকাৰ কৰিলে হিমাই৷ অধিক শ্ৰম কৰি পুনৰ এবাৰ নিজৰ প্ৰতিভা প্ৰমাণ কৰিব বুলিও ক’লে হিমা দাসে৷

এদিন কলাক্ষেত্ৰত এনে এক অনুষ্ঠান অনুষ্ঠিত হৈছিল হিমা দাসৰ বাবেও৷ বৰঝাৰৰ পৰা আদৰি আনিছিল তদানিন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ এছিয়ান গেমছত সোণৰ পদক লৈ উভতিছিল হিমা দাস৷

Leave A Reply

Your email address will not be published.