danewsplus.com
danewsplus.com

চৰাইদেউৰ শিশুৰ মৃতদেহ উদ্ধাৰ ঘটনাৰ নতুন মোৰ

0 136

ডিজিটেল ডেস্কঃ চৰাইদেউৰ সোণাৰি চাফ্ৰাই চিংলৌ লাইনৰ শিশুৰ মৃতদেহ উদ্ধাৰ ঘটনাৰ নতুন মোৰ৷ ডিঙি চেপি শিশুটিক হত্যা কৰা হৈছিল৷ ঘটনাৰ মাষ্টাৰমাইণ্ড ৰাজু মুণ্ডা, আন্তা মুণ্ডা, বগাধৰ মুণ্ডাই হত্যা কৰিছিল ৪ বছৰীয়া শিশুটিক৷ সোণাৰি আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা৷

শিশুটিৰ পিতৃ আণ্টা মুণ্ডাই চিংলো নদীত পূজা অনুষ্ঠিত কৰি হত্যা কৰিছিল শিশুটিক। মঙ্গলবাৰে চিংলো নদীত উদ্ধাৰ হৈছিল শিশুটিৰ মৃতদেহ৷ আৰক্ষীৰ জেৰাত শিশুটিৰ পিতৃয়ে স্বীকাৰ কৰিছে এই কথা৷

Leave A Reply

Your email address will not be published.