danewsplus.com
danewsplus.com

অসমৰে গৌৰৱ! ১৫ আগষ্টত লালকিল্লাত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে দেখিব লাভলীনাক…

0 179
  • স্বদেশত উপস্থিত অসম কন্যা লাভলীনা বৰগোহাঁই
  • বিয়লি ৫.৩০ বজাত দিল্লী বিমানবন্দৰত অৱতৰণ
  • বিমানবন্দৰত লাভলীনাক আদৰণি ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ
  • বিমানবন্দৰত উপস্থিত পিতৃ টিকেন বৰগোহাঁই
  • টকিঅ’ৰ পৰা পদক অনা লাভলীনাক চাবলৈ একাংশৰ হেতা-ওপৰা
  • মঙল নাইবা বুধবাৰে গৃহৰাজ্যলৈ অহাৰ সম্ভাৱনা লাভলীনাৰ
  • এতিয়াও সম্পূৰ্ণৰূপে চূড়ান্ত হোৱা নাই পৰৱৰ্তী কাৰ্যসূচী
  • গৃহৰাজ্যত লাভলীনাক আদৰি আনিব ৰাজ্য চৰকাৰে
  • একেদিনাই চৰকাৰী অনুষ্ঠানত জনোৱা হ’ব সম্বৰ্ধনা
  • ১২ আগষ্টত বৰপথাৰৰ নিজ ঘৰলৈ যাব লাভলীনা
  • ১৩ আগষ্টত লাভলীনা পুনৰ উভতিব গুৱাহাটীলৈ
  • গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ উৰা মাৰিব লাভলীনা
  • স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাগ ল’ব লাভলীনাই
  • লালকিল্লা প্ৰাংগণত উপস্থিত থাকিব অসম কন্যা
  • প্ৰধানমন্ত্ৰীয়ে আমন্ত্ৰণ জনাইছে পদক বিজয়ীসকলক
Leave A Reply

Your email address will not be published.