danewsplus.com
danewsplus.com

ডবকাত মহিলাক দলবদ্ধ আক্ৰমণ

0 249
  • ডবকাত মহিলাক দলবদ্ধ আক্ৰমণ
  • মোৰাঝাৰৰ পশ্চিম যমুনাগাঁৱত এই ঘটনা
  • এক প্ৰেমৰ সম্পৰ্কৰ বাবে আক্ৰমণৰ সন্মুখীন মহিলাগৰাকী
  • দুবছৰে মহিলাগৰাকীৰ প্ৰেম আছিল এজন যুৱকৰ সৈতে
  • ছৌদি আৰবলৈ কৰ্মসূত্ৰে গৈছিল যুৱকজন
  • উভতি অহাৰ পিছতে যুৱকৰ ঘৰত মহিলাগৰাকী
  • ইয়াৰ পিছতে একাংশ লোক খৰ্গহস্ত হৈ পৰে
  • মহিলাগৰাকীৰ ওপৰত আক্ৰমণ একাংশ লোকৰ
  • মোৰাৰঝাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক
Leave A Reply

Your email address will not be published.