danewsplus.com
danewsplus.com

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা, এইবাৰ দুৰ্ধৰ্ষ ডকাইত আনোৱাৰ হুছেইনলৈ আৰক্ষীৰ গুলী

0 245

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা ৷ এইবাৰ দুৰ্ধৰ্ষ ডকাইত আনোৱাৰ হুছেইনলৈ লক্ষ্য কৰি পলাশবাৰী আৰক্ষীৰ গুলী ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাইছিল দুৰ্ধৰ্ষ ডকাইত আনোৱাৰে৷

কিছুদিন পূৰ্বে পলাশবাৰীৰ বিজয়নগৰৰ অসম ষ্টোৰত ডকাইতি চলাইছিল আনোৱাৰ হুছেইন ওৰফে বগাই ৷ লোহাৰঘাটত অভিযানৰ সময়ত পলায়নৰ চেষ্টা চলাইছিল বগাই ৷ বগাৰ বিৰুদ্ধে বহু থানাত আছে অপৰাধজনিত গোচৰ ৷

Leave A Reply

Your email address will not be published.