danewsplus.com
danewsplus.com

এতিয়াৰে পৰা গ্ৰামাঞ্চলত সাজো বুলিয়েই আপুনি সাজিব নোৱাৰিব ঘৰ, কিন্তু কিয় ?

0 312

গ্ৰামাঞ্চলত বাস কৰিলে বুলিয়েই এতিয়াৰে পৰা সাজো বুলিয়েই আপুনি সাজিব নোৱাৰিব ঘৰ ৷ ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবেও ল’ব লাগিব পঞ্চায়তৰ অনুমতি ৷ অনুমতি ল’বৰ বাবে হয়তো দিব লাগিব মাছুল ৷ এই মাছুল চৰকাৰে নিৰ্ধাৰণ নকেৰ যদিও পঞ্চায়তে পৃথকে পৃথকে নিৰ্ধাৰণ কৰিব ৷

এই কথা ঘোষণা কৰিলে পঞ্চায়ত আৰু গ্ৰাম্যান্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে ৷ পাঞ্জাবাৰীৰ পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ মুখ্য কাৰ্যালয়ত ‘সেৱাই পঞ্চায়ত’ নামৰ আদৰ্শ নাগৰিক চনদ মুকলি অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাসে সদৰি কৰে গ্ৰামাঞ্চলৰ গৃহ নিৰ্মাণৰ তথ্য ৷

Leave A Reply

Your email address will not be published.