danewsplus.com
danewsplus.com

HSৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে অনলাইন প’ৰ্টেল মুকলি

0 174
  • HSৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে অনলাইন প’ৰ্টেল মুকলি
  • AHSEC-এ মুকলি কৰিলে ‘DARPAN’ নামৰ এটা প’ৰ্টেল
  • শিক্ষাৰ্থী, শিক্ষানুষ্ঠানৰ সুবিধাৰ বাবে এই ব্যৱস্থা শিক্ষা সংসদৰ
  • অন্তৰ্ভুক্তিৰ বাবে প্ৰফাইল খুলিব লাগিব শিক্ষানুষ্ঠানে
  • অনলাইনৰ জৰিয়তে নামভৰ্তি কৰিব পাৰিব শিক্ষাৰ্থীয়ে
  • নিৰ্দিষ্ট ৱেবছাইটৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে কৰিব পাৰিব নামভৰ্তি
  • ১১ আগষ্টৰ পৰা ২৫ আগষ্টৰ ভিতৰত নামভৰ্তিৰ সময়সীমা
Leave A Reply

Your email address will not be published.