danewsplus.com
danewsplus.com

লাভলীনাৰ বাসগৃহত লুৰীণজ্যোতি গগৈ

0 203

ডিজিটেল সংবাদ, গুৱাহাটী: অলিম্পিকত পদক লাভ কৰা প্ৰথম অসমীয়া, অসম-গৌৰৱ লাভলীনা বৰগোঁহাইৰ বাসগৃহত সোমবাৰে উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ৷ গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাৱঁত থকা অসমীয়া বক্সাৰগৰাকীৰ বাসভৱনত লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইক ফুলাম গামোচা আৰু আহোম জনগোষ্ঠীৰ পৰম্পৰা পাগ পিন্ধাই গগৈয়ে সম্বৰ্ধনা জনায়৷

প্ৰতিকুল পৰিৱেশকো নেওচি কন্যা লাভলীনাক খেললৈ আগবঢ়াই দি শ্ৰী বৰগোহাঁইয়ে অসমীয়া জাতিৰ প্ৰতি শ্ৰেষ্ঠ সেৱা আগবঢ়োৱা বুলি গগৈয়ে মত প্ৰকাশ কৰে৷

Leave A Reply

Your email address will not be published.