danewsplus.com
danewsplus.com

ধুবুৰীত ক’ভিড বিধি উলংঘা! আন্তঃজিলা যাতায়াত বন্ধ থকা সত্ত্বেও বাছৰ চলাচল

0 289

ধুবুৰীত উলংঘা কৰা হৈছে ক’ভিড বিধি ৷ আন্তঃজিলা যাতায়াত বন্ধ থকাৰ পিছতো জিলাখনৰ বিভিন্ন ঠাইৰ পৰা গুৱাহাটী আৰু অন্যান্য ঠাইলৈ অব্যাহত আছে বাছৰ চলাচল ৷

সাংবাদিকৰ তৎপৰতাত জব্দ কৰা হ’ল এনে পাঁচখন বাছ ৷ পলায়ন কৰিলে একাংশ যাত্ৰীয়ে ৷ উপায়ুক্তৰ নিৰ্দেশমৰ্মে ঘটনাস্থলীত উপস্থিত হ’ল জিলা পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰী ৷

Leave A Reply

Your email address will not be published.