danewsplus.com
danewsplus.com

লাইলাপুৰ কাণ্ডৰ বাবে দায়ী অসমৰ মুখ্যমন্ত্ৰী! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু মিজোৰাম আৰক্ষীৰ

0 187

ডিজিটেল ডেস্কঃ লাইলাপুৰ ঘটনাৰ সমগ্ৰ কাণ্ডৰ বাবে মুখ্যমন্ত্ৰীক জগৰীয়া কৰাৰ চেষ্টা মিজোৰাম আৰক্ষীৰ। যাৰ বাবে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হত্যাৰ চেষ্টা আৰু ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰিছে মিজোৰাম আৰক্ষীয়ে৷ লগতে, অসম আৰক্ষীৰ চাৰি শীৰ্ষ বিষয়া আৰু দুই আমোলাৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ৷

ইপিনে, ২০০জন অজ্ঞাত পৰিচয়ৰ লোকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে মিজোৰাম আৰক্ষীয়ে৷ ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰা, অস্ত্ৰ আইনৰ অধীনত এই গোচৰ ৰুজু হৈছে৷ মিজোৰাম কণ্টেইনমেণ্ট এণ্ড প্ৰিভেনশ্যন অব ক’ভিড এক্টৰ অধীনতো গোচৰ ৰুজু।

Leave A Reply

Your email address will not be published.