danewsplus.com
danewsplus.com

বাণিজ্য শাখাত ১৩খন জিলাত ১০০ শতাংশ উত্তীৰ্ণ

0 454
  • বাণিজ্য শাখাত ১১,১৮৯গৰাকীৰ প্ৰথম বিভাগ
  • দ্বিতীয় বিভাগত ৫,৪৯৭গৰাকী উত্তীৰ্ণ
  • তৃতীয় বিভাগত উত্তীৰ্ণ ১,৬৭৮গৰাকী
  • বাণিজ্য শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ
  • ১৩খন জিলাত ১০০ শতাংশ উত্তীৰ্ণৰ হাৰ বাণিজ্য শাখাত
  • জিলাকেইখন বিশ্বনাথ, চৰাইদেউ, চিৰাং, ধেমাজি
  • ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও
  • নলবাৰী, দক্ষিণ শালমাৰা, ওদালগুৰি আৰু পশ্চিম কাৰ্বি আংলং
  • বাণিজ্য শাখাৰ দ্বিতীয় স্থানত ৯৯.৮৯ শতাংশৰে কামৰূপ (গ্ৰাম্য)
Leave A Reply

Your email address will not be published.