danewsplus.com
danewsplus.com

অলিম্পিকত আজি প্ৰতিদ্বন্দ্বিতা কৰিব লাভলীনাই

0 191

আজি অলিম্পিকত লাভলীনাৰ যুঁজ৷ মহিলাৰ ৱেল্টাৰৱেইটৰ প্ৰি-কোৱাৰ্টাৰত আজি প্ৰতিদ্বন্দ্বিতা কৰিব লাভলীনাই৷ লাভলীনাৰ প্ৰতিদ্বন্দ্বী হ’ব জাৰ্মানিৰ নাডিন এপেজ৷

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ ব্ৰঞ্জৰ পদক লাভ কৰা নাডিন এপেজৰ বিৰুদ্ধে লাভলীনাৰ যুঁজখন তীব্ৰ উত্তেজনাপূৰ্ণ হোৱাৰেই সম্ভাৱনা৷

লাভলীনালৈ ৰাজ্যৰ বিভিন্ন ক্ৰীড়াপ্ৰেমী আৰু অন্যান্য সংগঠনে শুভেচ্ছা জনাইছে৷ অলিম্পিকত লাভলীনাৰ সাফল্য কামনা কৰি বিভিন্ন ঠাইত লগাইছে বিভিন্নজনে লগাইছে বেনাৰ-হৰ্ডিং৷

Leave A Reply

Your email address will not be published.