danewsplus.com
danewsplus.com

অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি, মিজো দুৰ্বৃত্তৰ আক্ৰমণত নিহত অসমৰ জোৱান

0 481
  • কাছাৰৰ অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি।
  • মিজোৰ দুৰ্বৃত্তৰ আক্ৰমণত নিহত এজন জোৱান।
  • আক্ৰমণত মিজো আৰক্ষী জড়িতৰো সন্দেহ।
  • এতিয়াও চলি আছে উপৰ্যুপৰি আক্ৰমণ
  • প্ৰত্যুত্তৰ দিছে অসম আৰক্ষীয়ে
  • আহত প্ৰায় ২০জন
  • আহত প্ৰায় ১৫জনেই অসম আৰক্ষীৰ লোক
  • নিহত জোৱানজনৰ নাম ছামচুৰ জামান বৰভূঞা
  • নিহত বৰভূঞা ২১নং IR বেটেলিয়নৰ জোৱান
  • ধলাই থানাৰ OCও গুলীবিদ্ধ
  • সংকটজনক অৱস্থাত চিকিৎসাধীন কাছাৰৰ SP
  • ইতিমধ্যে সীমান্তলৈ ৰাওনা মন্ত্ৰী পীয়ূষ হাজৰিকা
  • মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অশান্ত সীমান্তলৈ মন্ত্ৰী পীয়ূষ হাজৰিকা
Leave A Reply

Your email address will not be published.