danewsplus.com
danewsplus.com

অলিম্পিকত মেৰী কম, পি ভি সিন্ধু, মণিকা বাট্ৰাৰ অপ্ৰতিৰোধ্য যাত্ৰা

0 274
  • টকিঅ’ অলিম্পিকত মেগনিফিচেণ্ট মেৰী কমৰ সাফল্য
  • মহিলাৰ ৫১ কেজি শাখাত প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ
  • ৪-১ পইণ্টত জয় ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমৰ
  • পৰাস্ত কৰিলে ডমিনিকান ৰিপাব্লিকৰ এম হাৰ্ণাণ্ডেজক
  • লণ্ডন অলিম্পিকত মেৰী কমে লাভ কৰিছিল ব্ৰঞ্জৰ পদক
  • জয়েৰে পি ভি সিন্ধুৰ অলিম্পিক অভিযান আৰম্ভ
  • প্ৰথম মেচত পৰাস্ত কৰিলে ইজৰাইলৰ প্ৰতিদ্বন্দ্বীক
  • ২১-৭, ২১-১০ত পৰাস্ত কৰিলে পলিকাৰপোভাক
  • মহিলা টেবুল টেনিছৰ ছিংগল্ছত মণিকা বাট্ৰাৰ জয়
  • দ্বিতীয় ৰাউণ্ডত ৪-৩ৰ ব্যৱধানত জয় বাট্ৰাৰ
  • মণিকা বাট্ৰাৰ হাতত পৰাস্ত ইউক্ৰেইনৰ প্ৰতিদ্বন্দ্বী
Leave A Reply

Your email address will not be published.