danewsplus.com
danewsplus.com

আজিৰে পৰা আৰম্ভ টকিঅ’ অলিম্পিক,ব্যাপক সতৰ্কতাৰ মাজত বিয়লি ৪.৩০ বজাত উদ্বোধনী অনুষ্ঠান

0 270

আজিৰে পৰা আৰম্ভ হ’ব টকিঅ’ অলিম্পিক৷ ব্যাপক সতৰ্কতাৰ মাজত বিয়লি ৪.৩০ বজাত আৰম্ভ হ’ব উদ্বোধনী অনুষ্ঠান ৷ ১৯২০ চনৰ পৰা প্ৰতিটো অলিম্পিকতে যোগদান কৰি আহিছে ভাৰতে ৷

এইবাৰ ভাৰতৰ ১২৭জনীয়া এটা দলে অংশগ্ৰহণ কৰিছে অলিম্পিকত ৷ অলিম্পিকত ভাৰতৰ এইটোৱেই হৈছে আটাইতকৈ বৃহৎ দল ৷ আজি যোগ্যতা অৰ্জনৰ যুঁজত নামিছে আৰ্চাৰ দীপিকা কুমাৰী, অতনু দাস, প্ৰবীণ যাদৱ আৰু তৰুণদীপ ৰাই ৷

Leave A Reply

Your email address will not be published.