danewsplus.com
danewsplus.com

মহানগৰীত আৰম্ভ সুৰাৰ হ’ম ডেলিভাৰী !

0 91

মহানগৰীত আৰম্ভ সুৰাৰ হ’ম ডেলিভাৰী ৷ দিনৰ ১১ বজাৰ পৰা নিশা ১০ বজালৈ এই সেৱা ৷ অনলাইনযোগে অৰ্ডাৰ কৰিব পাৰিব সুৰা ৷২১ বছৰৰ ঊৰ্ধ্বৰ হ’ব লাগিব সুৰাৰ গ্ৰাহক ৷ ১ কিলোমিটাৰত দূৰত্বত ৫০ টকা হ’ম ডেলিভাৰী চাৰ্জ ৷ ২ কিলোমিটাৰতকৈ অধিক হ’লে ৭৫ টকা দিব লাগিব ৷

অৰ্ডাৰ কৰা ১০ মিনিটৰ ভিতৰত গ্ৰাহকে পাব সুৰা ৷ ডেলিভাৰী ব’য়ে গ্ৰাহকক দেখুৱাব লাগিব পৰিচয় পত্ৰ ৷ অৰ্ডাৰ কৰা গ্ৰাহকে দিব লাগিব বয়সৰ প্ৰমাণ ৷ এদিনত ৩ লিটাৰতকৈ অধিক ক্ৰয় কৰিব নোৱাৰিব গ্ৰাহকে ৷ হোষ্টেল, শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয়, ৰাজহুৱা স্থানত উপলব্ধ নহ’ব এই সেৱা ৷

Leave A Reply

Your email address will not be published.