danewsplus.com
danewsplus.com

ক’ভিড বিধি উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী,হেলমেট নিপিন্ধাকৈ বাইক-স্কুটাৰ চলোৱা লোকক জৰিমনা

0 124

ৰাজ্যত নতুন SOP জাৰি হোৱাৰ পাছতেই কঠোৰ হৈছে নগাঁও জিলা আৰক্ষী প্ৰশাসন । সমান্তৰাল ভাৱে কলিয়াবৰতো আৰক্ষী কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে । ক’ভিড প্ৰটকল ভংগ কৰি হেলমেট পৰিধান নকৰাকৈ বাইক-স্কুটী চলোৱা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ হৈছে কলিয়াবৰ আৰক্ষী।

মাস্ক আৰু হেলমেট পৰিধান নকৰা বাইক-স্কুটী আৰোহীক জৰিমনা বিহে আৰক্ষীয়ে ।সকলো বাইক-স্কুটী আৰোহীয়ে মাস্ক আৰু হেলমেট যাতে পিন্ধিহে বাহিৰলৈ আহে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে হেলমেট আৰু মাস্ক পৰিধান নকৰা ব্যক্তি সকলক জৰিমনা বিহে কলিয়াবৰ আৰক্ষীয়ে ।

Leave A Reply

Your email address will not be published.