danewsplus.com
danewsplus.com

নৈৰ সোঁতত উটি গৈছে এজন লোক

0 156

নৈৰ সোঁতত উটি গৈছে এজন লোক৷ নিশ্চিত মৃত্যুৰ আশংকাত চিঞৰিছে লোকজনে৷ হঠাৎ লোকজনে লাভ কৰিলে সহায়৷ নৈৰ বুকুত সাঁতুৰি সাঁতুৰি আগুৱাই গ’ল এজন যুৱক৷ পিছ মুহূৰ্ততে আৰু এজন যুৱক আগুৱাই আহিল লোকজনক উদ্ধাৰৰ বাবে৷

দুই যুৱকে সাঁতুৰি সাঁতুৰি নৈৰ কোবাল সোঁতৰ পৰা উদ্ধাৰ কৰিলে যুৱকজনক৷ মধ্যপ্ৰদেশৰ দিনদৌৰেৰ দৃশ্য এয়া৷ সাঁতুৰিব নজনা যুৱকজনে নৈত নমাৰ পিছতে প্ৰবল সোঁতে উটুৱাই লৈ যায়৷ সৌভাগ্যক্ৰমে স্থানীয় দুজন যুৱকৰ তৎপৰতাৰ বাবে প্ৰাণৰক্ষা পৰিল এই যুৱকজনৰ৷

Leave A Reply

Your email address will not be published.