danewsplus.com
danewsplus.com

মানকাচৰত ভয়ংকৰ মাৰপিট, ২ জন আহত, এজন নিহত

0 195

মানকাচৰৰ টেপৰপাৰাত মাছ মৰাক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা৷ দুটা ফৈদৰ মাজত লগা মাৰপিটত আহত ২, নিহত এজন৷ সংকটজনক অৱস্থাত তিনিওকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা অনুসৰি জুলহাছ, আনোৱাৰ হুছেইন আৰু আলম নামৰ তিনিজন লোকক কোবাই কোবাই গুৰুতৰভাৱে আহত কৰে৷ আনোৱাৰ হুছেইন নামৰ যুৱকজনক উন্নত চিকিৎসাৰ বাবে গোৱালাপাৰালৈ লৈ যোৱাৰ পথতেই মৃত্যু হয়৷

Leave A Reply

Your email address will not be published.