danewsplus.com
danewsplus.com

হেকাৰৰ বাবেই এতিয়া সুৰক্ষিত নহয় বেংকত ৰখা কষ্টোপাৰ্জিত ধন

0 106

ধুবুৰীত বৃদ্ধি পাইছে ছাইবাৰ ক্ৰাইম ৷ হেকাৰৰ টাৰ্গেট একাধিক বয়োজ্যেষ্ঠ ব্যক্তি৷ হেকাৰৰ বাবেই এতিয়া সুৰক্ষিত নহয় বেংকত ৰখা কষ্টোপাৰ্জিত ধন৷ ম’বাইলত অ’টিপি নোহোৱাকৈয়ে হেকাৰে অনায়সে উলিয়াই নিব পাৰে সঞ্চিত ধন৷

ইয়াৰোপৰি ম’বাইল নম্বৰ হেক কৰি হোৱাটছএপত বিভিন্ন গ্ৰুপ খুলি জেহাদি কাৰ্যকলাপ চলোৱাৰো গুৰুতৰ অভিযোগ৷ বেংকে বেংকে ঘুৰিও কোনো সুউত্তৰ পোৱা নাই গ্ৰাহকে৷ ধুবুৰী সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিও পোৱা নাই সহায়৷ ন্যায় বিচাৰি হাহাকাৰ উপায়হীন গ্ৰাহক৷

Leave A Reply

Your email address will not be published.