danewsplus.com
danewsplus.com

চাপৰত নিচাযুক্ত দ্ৰব্যসহ আটক এজন

0 133

চাপৰত অব্যাহত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান৷ বৃহস্পতিবাৰে অভিযান চলাই চাপৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ আটক কৰে এজনক৷

UP 14 AV 5317 নম্বৰৰ এখন প্লেটিনা বাইকত নিষিদ্ধ দ্ৰব্য কঢ়িয়াই নিওতেই জাহানউদ্দিন নামৰ এটা সৰবৰাহকাৰীক পাখিৰিতলত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হাতে লোটে ধৰিবলৈ সক্ষম হয়৷ অভিযানকালত জাহানউদ্দিনৰ এজন সহযোগী পলাই সাৰিবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷

আৰক্ষীৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে আনজন নিষিদ্ধ নিচাযুক্ত টেবলেটৰ ব্যৱসায়ী। ঘটনা সংক্ৰান্তত ইতিমধ্যে আৰক্ষী তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.