danewsplus.com
danewsplus.com

ড্ৰাগছ সৰবৰাহ কৰি আৰক্ষীৰ জালত জিয়াউৰ ৰহমান

0 300

হাজো আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰিলে এটা ড্ৰাগছ মাফিয়াক। গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ মাফিয়াটোৰ নাম জিয়াউৰ ৰহমান ওৰফে বেঙা। আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ অংশস্বৰূপে বেঙাক গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত খবৰ অনুসৰি, দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায়ত জড়িত আছিল বেঙা। আৰক্ষীয়ে মাফিয়াটোৰ পৰা জব্দ কৰিছে ড্ৰাগছ ভৰ্তি পাঁচটা কণ্টেইনাৰ। ইফালে জে’ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে জিয়াউৰ ৰহমানক।

Leave A Reply

Your email address will not be published.