danewsplus.com
danewsplus.com

ডিব্ৰুগড়ত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰা দুই যুৱকক গ্ৰেপ্তাৰ

0 404

ডিব্ৰুগড়ত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰা দুই যুৱকক গ্ৰেপ্তাৰ ৷ ক’ভিড বিধি উলংঘা কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লক্ষ্যৰে তহল দি থকা তিনিজন আৰক্ষীক ব্ৰহ্মপুত্ৰৰ মথাউৰিত আক্ৰমণ কৰে দুই উদণ্ড যুৱকে ৷

মাস্ক নিপিন্ধাকৈ মথাউৰিত বিনা কাৰণত ঘূৰি ফুৰা হেতু যুৱককেইজনক প্ৰশ্ন কৰিছিল আৰক্ষীকেইজনে ৷ তেতিয়াই এই যুৱককেইজনে আৰক্ষীৰ টুপী আৰু লাঠী কাঢ়ি দলিয়াই দিয়ে ৷ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই যুৱককেইজনক ৷

Leave A Reply

Your email address will not be published.