danewsplus.com
danewsplus.com

গুৱাহাটীৰ ৰাজপথত সুৰাপান কৰি নিলম্বিত ACS বিষয়াৰ উদ্ভণ্ডালি

0 189

মহানগৰীৰ ৰাজপথত নিশা নিলম্বিত চক্ৰ বিষয়াৰ উদ্ভণ্ডালি। সুৰাপান কৰি ৰাজপথত উদ্ভণ্ডালি চলোৱাৰ অভিযোগ ACS বিষয়া পাৰ্থপ্ৰতিম নেওগৰ বিৰুদ্ধে। আৰক্ষীৰেও হতাহতিত লিপ্ত হোৱাৰ অভিযোগ।

ৰাজপথত নিশা গাড়ী ৰখাই তাণ্ডৱ চলোৱাৰ অভিযোগ নেওগৰ বিৰুদ্ধে। উল্লেখ্য যে, ভূমি সংক্ৰান্তীয় ধনৰ লেনদেনৰ বাবে নিলম্বিত হৈছিল নেওগ। বঙাইগাঁও বইটামাৰীৰ চক্ৰ বিষয়া আছিল পাৰ্থপ্ৰতিম নেওগ।

Leave A Reply

Your email address will not be published.