danewsplus.com
danewsplus.com

ৰাজ্যত অব্যাহত চুলাইৰ বিৰুদ্ধে অভিযান !

0 565

ৰাজ্যত অব্যাহত চুলাইৰ বিৰুদ্ধে অভিযান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানলৈ বহু চুলাইৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী আৰু আবকাৰী বিভাগৰ দলে।

ইপিনে, বৰপেটাৰ সৰভোগতো চলিল এই অভিযান ৷ আৰক্ষী আৰু আবকাৰী বিভাগৰ এটা দলে অভিযান চলাই উচ্ছেদ কৰে চুলাইৰ কেইবাটাও ঘাটি ৷ ইয়াৰ লগতে নষ্ট কৰে বৃহৎ পৰিমাণৰ চুলাই আৰু চুলাই প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা সা-সামগ্ৰী।

Leave A Reply

Your email address will not be published.