danewsplus.com
danewsplus.com

বৃহস্পতিবাৰে ৰাজ্যত ক’ভিড পজিটিভিটী সমান্য বৃদ্ধি

0 102

ডিজিটেল সংবাদ, গুৱাহাটী: বৃহস্পতিবাৰে ৰাজ্যত ক’ভিড পজিটিভিটী সমান্য বৃদ্ধি। বৃহস্পতিবাৰে ৰাজ্যত ক’ভিড পজিটিভিটীৰ হাৰ ১.৬৫%।

এই দিনটোত ৰাজ্যত নতুনকৈ ১,৯৯২ আক্ৰান্ত হয়। বিপৰীতে ২৭ জনে প্ৰাণ হেৰুৱায়। আক্ৰান্তসকলৰ ভিতৰত কামৰূপ মহানগৰত নতুনকৈ ২৬৩গৰাকী আক্ৰান্ত হয়।

বৃহস্পতিবাৰে সুস্থতাৰ হাৰ ৯৫.৩২%লৈ বৃদ্ধি পায়। এই দিনটোত ১,২০,৯০৮গৰাকীৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়। আনহাতে, বুধবাৰে পজিটিভিটী হাৰ আছিল ১.৫৪%।

Leave A Reply

Your email address will not be published.