danewsplus.com
danewsplus.com

চৰকাৰী কৰ্মচাৰী হৈও আছে নেকি ৰেচন কাৰ্ড, তেন্তে সাৱধান

0 129

পঞ্চায়ত প্ৰতিনিধিৰ পাৰিতোষিক আৰু বকেয়াৰ ধন মুকলি৷ দেওবাৰে বিত্ত বিভাগে মুকলি কৰিলে ১৭০ কোটি টকা৷ এই টকাৰ পৰা পঞ্চায়ত প্ৰতিনিধিয়ে মাৰ্চলৈকে পাবলগা সকলো ধন আদায় দিয়া হ’ব৷

এই কথা জনালে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে৷ যিসকল চৰকাৰী কৰ্মচাৰীয়ে ৰেচন কাৰ্ড ঘূৰাই দিয়া নাই, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী  ৰঞ্জিত দাসে৷

Leave A Reply

Your email address will not be published.