danewsplus.com
danewsplus.com

এইবাৰ লাঠীৰে নহয় গানেৰে ৰাইজক সজাগ এগৰাকী আৰক্ষীৰ

0 128

ডিজিটেল সংবাদ, দেৰগাঁও: নুশুনে নুবুজে সাধাৰণ জনতাই। কিমান বুজাব সিহতঁক? বাৰাম্বাৰ ক’ভিড প্ৰট’কল ভংগ কৰাত আৰক্ষীয়ে লাঠীচালনা কৰাৰ পাচতো সজাগ হোৱা নাই একাংশ কাণ্ডজ্ঞানহীন লোক। কিমাননো আৰু লাঠীচালনা কৰিব আৰক্ষীয়ে? এইবাৰ লাঠীৰে নহয় গানেৰে ৰাইজলৈ আহ্বান আৰক্ষীৰ।

হয়, দেৰগাঁৱৰ যান বাহন শাখাৰ উপ-পৰিদৰ্শক বিষয়া অতুল গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ।হাজৰিকাই লাঠীৰে নহয় গানেৰে সজাগ কৰিছে জনতাক। চৰকাৰ তথা স্বাস্থ্য বিভাগে জাৰি কৰা ক’ভিডৰ SOP ক বুঢ়া আঙুলি সমাজৰ একাংশ লোকৰ। যাৰবাবে দেৰগাঁৱৰ যান-বাহন আৰক্ষী অতুল হাজৰিকাই গ্ৰহণ কৰিছে এই ব্যতিক্ৰমী পদক্ষেপ। এইজন অৰক্ষী বিষয়া অতুল হাজৰিকাই লোৱা পদক্ষেপ নিশ্চয়কৈ প্ৰশংসনীয়।

Leave A Reply

Your email address will not be published.