danewsplus.com
danewsplus.com

কণ্টেইনমেণ্ট জ’নত গোলাঘাট জিলা, কিন্তু মাস্ক নিপিন্ধাকৈ বজাৰত একাংশ লোক

0 87

গোলাঘাট জিলাত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে যদিও কোনো কোনো ঠাইত একাংশ লোকে মনা নাই ক’ভিড বিধি ৷ দেৰগাঁৱত মাস্ক নোহোৱাকৈ একাংশ লোকে ঘূৰি ফুৰিছে চহৰৰ মাজত ৷

অৱশ্যে এনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে ৷  জৰিমনা বিহা হৈছে ক’ভিড বিধি নমনা লোকক ৷

Leave A Reply

Your email address will not be published.