danewsplus.com
danewsplus.com

ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ চীনৰ নতুন কৌশল

0 145

লাডাখ সীমান্তত ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ চীনৰ নতুন কৌশল৷ দলে দলে তিব্বতী যুৱকক সেনা বাহিনীত ভৰ্তি৷ ভাৰতীয় সেনাৰ বিৰুদ্ধে যাতে কামত লগাব পাৰি সেই উদ্দেশ্যে লাডাখৰ দুৰ্গম এলেকাৰ সৈতে পৰিচিত এই যুৱকসকলক নিযুক্তি দিয়া হৈছে সেনা বাহিনীত৷

চোৰাংচোৱা সূত্ৰৰ পৰা এই খবৰ লাভ কৰিছে নতুন দিল্লীয়ে৷ এই তিব্বতী যুৱকসকলক প্ৰশিক্ষণ দি থকা হৈছে ভাৰত-চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত৷ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে নতুন দিল্লীয়ে৷

Leave A Reply

Your email address will not be published.