danewsplus.com
danewsplus.com

মোদী মন্ত্ৰীসভাত কি দায়িত্ব পালে সৰ্বানন্দ সোণোৱালে

0 103
  • মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷
  • দুবাৰৰ লোকসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল৷
  • ২০১৬-২০২১লৈ অসমৰ মুখ্যমন্ত্ৰী৷
  • সোণোৱালক প্ৰদান কৰা হৈছে জাহাজ আৰু আয়ুষ মন্ত্ৰালয়ৰ দায়িত্ব।
  • পূৰ্বে কেন্দ্ৰীয় ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ৷
  • দক্ষতা বিকাশ, ক্ৰীড়া যুৱ কল্যাণ দপ্তৰৰ মন্ত্ৰী আছিল সোণোৱাল৷
Leave A Reply

Your email address will not be published.