danewsplus.com
danewsplus.com

ডিব্ৰুগড়ত জব্দ ৯৫টা গৰু, গ্ৰেপ্তাৰ টিকলু খান, মহম্মদ আউৱাল, আনিছ ৰহমান

0 96

ড্ৰাগছৰ পিছতে এইবাৰ অসম আৰক্ষীয়ে আৰম্ভ কৰিছে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছত ডিব্ৰুগড়ত আৰক্ষীয়ে অভিযান চলাই আজি বৃহৎ সংখ্যক চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়।

মাৰোৱাৰীপট্টিৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা ৯৫ টা গৰু জব্দ কৰে আৰক্ষীয়ে। এই চোৰাং গৰু সৰবৰাহত জড়িত পাঁচআলিৰ মহম্মদ আখটাৰ ৰাজা খান ওৰফে টিকলু খান, মহম্মদ আউৱালো খান আৰু আনিছ ৰহমান নামৰ তিনিটা গৰু চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Leave A Reply

Your email address will not be published.