danewsplus.com
danewsplus.com

পুনৰ দিল্লীলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ ব্যাপক গুণা-গঁথা অব্যাহত

0 129

মঙ্গলবাৰে দিল্লীলৈ যাব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক কেন্দ্ৰ কৰি ব্যাপক গুণা-গঁথা চলি থকাৰ মাজতে সোণোৱালৰ এই দিল্লী যাত্ৰা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷ সকলো ঠিকে-ঠাকে থাকিলে বুধবাৰে ৰদ-বদল হ’ব পাৰে মোদী মন্ত্ৰীসভাৰ ৷

মন্ত্ৰীসভাত স্থান পাব পাৰে সোণোৱালকে ধৰি উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, উত্তৰপ্ৰদেশ, বিহাৰ, কৰ্ণাটক, পশ্চিমবংগ, মধ্যপ্ৰদেশৰ কেইবাজনো সাংসদে ৷ এইক্ষেত্ৰত চৰ্চালৈ আহিছে জ্যোতিৰাদিত্য সিন্ধিয়া, বৰুণ গান্ধী, ৰাম শংকৰ কাঠেৰিয়া, ৰীতা বহুগুণা, জাফৰ ইছলাম আদি নেতাৰ নাম ৷

Leave A Reply

Your email address will not be published.