danewsplus.com
danewsplus.com

কেৱল ড্ৰাগছে নহয়, নগাঁৱত এইবাৰ নাৰী দেহৰ বেহা

0 102

নগাঁৱত ড্ৰাগছৰ সমান্তৰালভাৱে চলি আছে নাৰী দেহৰ বেহা৷ দেওবাৰে নিশা শিয়ালমাৰীত আৰক্ষীয়ে এক অভিযানত উৎখাত কৰে এটা নাৰী দেহ ব্যৱসায়ৰ ঘাটি৷ আটক কৰে দুজন যুৱকক৷

আটক কৰা যুৱক দুজনৰ এজনক পূৰ্বে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল৷ অভিযানকালত ২ যুৱকৰ লগতে হাতে-লোটে ধৰা পৰে দুগৰাকী যুৱতী৷ নাৰী দেহ চক্ৰৰ লগত জড়িত দুই যুৱতীক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

Leave A Reply

Your email address will not be published.