danewsplus.com
danewsplus.com

ক’ভিড প্ৰতিষেধকৰ ক্ষেত্ৰত দুঃসংবাদ

0 146

ক’ভিড প্ৰতিষেধকৰ ক্ষেত্ৰত দুঃসংবাদ। হ্ৰাস পাইছে ফাইজাৰ প্ৰতিষেধকৰ কাৰ্যকৰিতা। ইজাৰাইৰ এক গৱেষণাত প্ৰকাশ পাইছে এই তথ্য। একাধিক চিকিত্সালয়ত ধৰা পৰিছে কাৰ্যকৰিতা হ্ৰাসৰ তথ্য।

৫ জুন পৰ্যন্ত এই ভেকচিনৰ কাৰ্যকৰিতা আছিল ৯৮%ৰ ওপৰত। ৬ জুনৰ পাছত কাৰ্যকৰিতা ৬৪ শতাংশলৈ হ্ৰাস। প্ৰতিষেধক গ্ৰহণ কৰাসকলৰ মাজতো বাঢ়িছে আক্ৰান্ত। ইজৰাইলৰ তথ্যৰ পাছত বিশ্বজুৰি চিন্তা। অন্য প্ৰতিষেধকৰো কাৰ্যকৰিতাক লৈ উদ্বিগ্নতা বৃদ্ধি।

Leave A Reply

Your email address will not be published.